অসম

বিমান বন্দৰ-ৰে’ল ষ্টেচনৰ ক্ষেত্ৰত ক’ভিডৰ নতুন নিৰ্দেশনা জাৰি…

ক’ভিডক লৈ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বিশেষ নিৰ্দেশনা।

ক’ভিড ভেকছিনৰ দুয়োটা পালি লোৱা লোকসকললৈ এই ভাল খবৰ দিয়া হৈছে নিৰ্দেশনাটোত।

ক’ভিড ভেকছিনৰ দুয়োটা পালি লোৱাসকলক দিয়া হৈছে বিশেষ ৰেহাই।

এতিয়াৰে পৰা ভেকছিনৰ দুয়োটা পালি (dose) লোৱাসকলে বিমান বন্দৰ আৰু ৰে’ল ষ্টেচনত কৰিব নালাগে ক’ভিড পৰীক্ষা।

অৱশ্যে লগত থাকিব লাগিব একেবাৰে শেহতীয়া ক’ভিড পৰীক্ষণৰ নিগেটিভ ৰিপোৰ্ট।

বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *