বিদ্যালয়ৰ নামত অহা ধন আত্মসাৎ, দুই প্ৰধান শিক্ষকক নিলম্বন…

বিদ্যালয়ৰ নামত অহা ধন আত্মসাৎ কৰি নিলম্বিত হ’ল দুই প্ৰধান শিক্ষক।

ধুবুৰীৰ ২ প্ৰধান শিক্ষকক নিলম্বন।

দুৰ্নীতিৰ অভিযোগত নিলম্বন কৰা হৈছে দুই প্ৰধান শিক্ষকক।

শিক্ষা সঞ্চালকৰ তাৎক্ষণিক নিৰ্দেশত নিলম্বন দুয়োকে।

ভাৰত-বাংলা সীমান্তৰ নবাব আলী মেম’ৰিয়েল স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীক নিলম্বন।

স্কুলৰ নামত অহা ধন আত্মসাতৰ অভিযোগত নিলম্বন চুলতান বেগমক।

নিলম্বিত আনজন প্ৰধান শিক্ষক চামচুল হক।

৯৪৬নং মধ্য মধু শ’লমাৰী জে বি স্কুলৰ প্ৰধান শিক্ষক চামচুল হক।