অসমঅসমীয়া

বাইক দুৰ্ঘটনাত বিজেপিৰ যুৱ কৰ্মীৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল এগৰাকী যুৱকৰ।

এই দুৰ্ঘটনাৰ স্থান ওদালগুৰি জিলাৰ ওৰাং।

নিহত যুৱকজন নাম নীৰুপম কেওট। দূৰ্ঘটনাটোত নিহত যুৱকজন বিজেপিৰ যুৱ কৰ্মী বুলি জানিব পৰা গৈছে।

8

ওৰাং-মাজবাট-ৰূপা পথত সংঘটিত হয় এই দুৰ্ঘটনাত মৃত্যু হয় ৷

সন্ধিয়া ওৰাং-চাৰিআলিৰ পৰা মটৰ চাইকেলেৰে মাজবাটৰ অভিমুখে গৈ আছিল যুৱকজন।

নিয়ন্ত্ৰণ হেৰুৱাই পথতে বাগৰি পৰাত সংঘটিত হ’ল ঘটনাটো।

যুৱকজনক সংকট অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈ যদিও আদবাটতে মৃত্যু ঘটে যুৱক জনৰ।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Reply

Your email address will not be published. Required fields are marked *