অসমঅসমীয়া

বলেৰ’ পিকআপৰ খুন্দাত বাইক আৰােহী আৰক্ষী কনিষ্টবলৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল অসম আৰক্ষীৰ জােৱানৰ।

এই দুৰ্ঘটনাৰ স্থান কােকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত শালবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

G6 3

বুধবাৰে নিশা ৭.৩੦ মান বজাত সংঘটিত এই পথ দুৰ্ঘটনাত নিহত হয় অসম আৰক্ষী কনিষ্টবল জহিৰ উদ্দিন।

জানিব পৰা মতে, এএছ-১৭এফ-৭৪৯৯ বাইকেৰে বিলাসীপাৰা অভিমুখে গৈ থকা অৱস্থা আৰু এখন এএছ১৭ বি৬৮৪১ নম্বৰৰ বলেৰ’ পিক্আপ বাহনৰ খুন্দাত নিহত হয় কনিষ্টবলজন।

সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় কনিষ্টবলজনৰ।

জহিৰউদ্দিন বিলাসীপাৰা আৰক্ষী নিবেশত কৰ্মৰত আছিল।

গৌৰীপুৰৰ আশাৰীকান্দি ঘাগেৰা আলগা গাঁৱৰ বাসিন্দা কনিষ্টবলজন।

লগতে চাওকঃ

এম্বুলেন্সত উঠি আহিল দৰা, ষ্ট্ৰেছাৰত বহি সম্পন্ন কৰিলে বিবাহ!

G4 1

Leave a Reply

Your email address will not be published. Required fields are marked *