অসমঅসমীয়া

বটদ্ৰৱা কাণ্ডৰ সৈতে জড়িত আন দুজনক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ বটদ্ৰৱা কাণ্ডৰ সৈতে জড়িত আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ।

ভিডিঅ’ ফুটেজৰ দ্বাৰা চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত দুজনক।

ধৃত লোক দুজনক আশ্ৰৱ আলী আৰু মজিবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।

2 arest

ভিডিঅ’ এই দুজন অভিযুক্তইও বটদ্ৰৱা থানাত আক্ৰমণ কৰা স্পষ্ট হৈছিল।

ইফালে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে ৩৪ জনক ভিডিঅ’ ফুটেজ যোগে চিনাক্ত কৰা হৈছে।

ইয়াৰে ৮ জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। বাকী অভিযুক্তৰ সন্ধানত অব্যাহত আছে অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *