অসমঅসমীয়া

বটদ্ৰৱাৰ সত্ৰাধিকাৰক হত্যাৰ ভাবুকি! গ্ৰেপ্তাৰ মুস্তাফা কামাল নামৰ অভিযুক্ত…

নিউজ ডেস্কঃ বটদ্ৰৱাৰ সত্ৰাধিকাৰক হত্যাৰ ভাবুকি প্ৰদান কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল এজন লোক।

বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল মুস্তাফা কামাল নামৰ অভিযুক্তজনক।

batadrava satra

উল্লেখ্য যে, বটদ্ৰৱা থানৰ সত্ৰাধিকাৰক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল মুস্তাফাই।

ইফালে বটদ্ৰৱা থানা জ্বলোৱাৰ সময়তে এইজন অভিযুক্তই উচতনি দিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।