বক্ৰ পথেৰে উত্তীৰ্ণ হৈছিল APSCৰ পৰীক্ষাত! দুই মহিলা ৰাজপত্ৰিত বিষয়ালৈ ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ জাননী…

নিউজ ডেস্কঃ ২০১৪ চনৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীৰ নতুন মোৰ!

আন দুগৰাকী ৰাজপত্ৰিত বিষয়ালৈ জাননী ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ আয়োগৰ।

বক্ৰ পথেৰে চাকৰি লাভৰ অভিযোগ দুয়োগৰাকী মহিলা ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে।

জাননী প্ৰেৰণ কৰা হৈছে ডিএছপি ভনীতা দাস আৰু আবকাৰী অধীক্ষক মানৱী দাসলৈ।

বক্ৰ পথেৰে এপিএছ পদ লোৱাৰ অভিযোগ ভনীতা দাসৰ বিৰুদ্ধে।

একেই অভিযোগ আবকাৰী অধীক্ষক মানৱী দাসৰ বিৰুদ্ধেও।

দুয়োগৰাকী ৰাজপত্ৰিত বিষয়াক ১৫ দিনৰ ভিতৰত আয়োগত হাজিৰ হ’বলৈ নিৰ্দেশ ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ।