অসম

প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষৰ দেহাৱসান…

প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষৰ দেহাৱসান।

অলক কুমাৰ ঘোষ মৰিয়নী সমষ্টিৰ প্ৰাক্তন বিধায়ক।

লগতে অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ঘোষে।

অলক কুমাৰ ঘোষে মৰিয়নী সমষ্টিৰ পৰা ২০০৪ চনত উপ-নিৰ্বাচনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বিজয়ী হৈছিল।

প্ৰাক্তন বিধায়ক গৰাকীৰ বিয়োগত অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক ব্যক্ত কৰে।

কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *