ৰাষ্ট্ৰীয়

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং অসুস্থ, AIIMSত ভৰ্তি…

দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং অসুস্থ।

নতুন দিল্লীৰ AIIMSত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী জ্বৰত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

লগতে দুৰ্বল হৈ স্বাস্থ্যৰ অৱনতি ঘটাত ততাতৈয়াকৈ এইমছত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীক।

AIIMS এটা বিশেষজ্ঞ চিকিৎসকৰ দলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ চিকিৎসা প্ৰদান কৰি আছে বুলি জানিব পৰা গৈছে।

ড০ মনমোহন সিং অতি সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিছে সকলোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *