পেৰা অলিম্পিকত টেবুল টেনিছৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ ভাৱিনা পেটেলৰ…

টকিঅ’ত অনুষ্ঠিত হৈ থকা পেৰা অলিম্পিকৰ পৰা দেশবাসীলৈ আহিছে ভাল খবৰ।

ভাৰতীয় খেলুৱৈ ভাৱিনা পেটেলে প্ৰৱেশ কৰিছে ফাইনেলত।

টেবুল টেনিছৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ ভাৱিনা পেটেলে।

যাৰ ফলত ভাৱিনাৰ ৰূপৰ পদক নিশ্চিত হৈছে।

ছেমি ফাইনেলত ভাৱিনাই পৰাস্ত কৰিলে প্ৰাক্তন চেম্পিয়ন চীনৰ ঝেং মিয়াওক।

ভাৱিনাই ফাইনেলত স্বৰ্ণ পদক অৰ্জন কৰিব বুলি আশা কৰিছে দেশবাসীয়ে।

Leave a Comment