পেট্ৰ’ল পাম্প বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ, দাবী মানি ল’লে চৰকাৰে…

গুৱাহাটীত বন্ধ নহয় পেট্ৰ’ল পাম্প।

প্ৰত্যাহাৰ কৰা হ’ল পেট্ৰ’ল পাম্প বন্ধ কাৰ্যসূচী।

বৰ্তমানৰ দৰে গুৱাহাটীত খোলা থাকিব পেট্ৰ’ল ডিপো।

কামৰূপ জিলা উপায়ুক্তৰ সৈতে পেট্ৰল-ডিজেল এছোচিয়েছনৰ বৈঠকৰ পিছতে এই বৃহৎ সিদ্ধান্ত।

এছ’চিয়েছনে লোৱা ২২ ৰ পৰা ২৪ অক্টোবৰ পেট্ৰল-ডিজেল ডিপু বন্ধৰ সিদ্ধান্তৰ প্ৰত্যাহাৰ।

১০ টা দাবীৰ ৬ ৰ পৰা ৭ টা দাবী মানি লৈছে চৰকাৰে।

Leave a Comment