অসম

পুনৰ এনকাউণ্টাৰ! পলাবলৈ লওতেই এইবাৰ আৰক্ষীৰ গুলীত আহত কিশোৰ হত্যাকাৰী…

এইবাৰ কিশোৰ হত্যাকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ।

তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত আৰক্ষীৰ গুলীচালনা।

ৰাহুল দাসৰ হত্যাকাৰী বিক্ৰম দাসলৈ গুলীচালনা আৰক্ষীৰ। 

আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল হত্যাকাৰী বিক্ৰম দাসে।

বাওঁ ভৰিত গুলী লাগি আহত হয় বিক্ৰম দাস। 

সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন লোকজন।

লিডুৰ কলপৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

দুটাকৈ গুলী লাগিছে হত্যাকাৰী বিক্ৰম দাসৰ ভৰিত।

উল্লেখ্য যে, বিক্ৰম দাসে নিজ পত্নীৰ বায়েকৰ পুতেক ৰাহুল দাসক পাৰিবাৰিক কাৰণত কাজিয়া লাগি হত্যা কৰিছিল৷

হত্যাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল বিক্ৰম দাসক৷

Leave a Reply

Your email address will not be published. Required fields are marked *