অসম

পুনৰ এনকাউণ্টাৰ! পলাবলৈ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া…

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা।

এইবাৰ ধুবুৰীত এনকাউণ্টাৰৰ ঘটনা।

শনিবাৰে নিশা ধুবুৰী আৰক্ষীৰ জালত পৰা ড্ৰাগছ মাফিয়া ৰাহুল প্ৰসাদলৈ গুলীচালনা।

নিশা আৰক্ষীৰ জিম্মাৰ পৰা দৌৰি পলাবলৈ চেষ্টা কৰোতেই গুলীচালনা কৰে আৰক্ষীয়ে।

ড্ৰাগছ মাফিয়া ৰাহুল প্ৰসাদৰ সোঁ ভৰিত লাগিছে গুলী। 

দেওবাৰে আৰক্ষী থানাৰ ভিতৰতেই আৰক্ষীক চেলেঞ্জ কৰিছিল ড্ৰাগছ মাফিয়া ৰাহুল প্ৰসাদে।

ৰাহুল প্ৰসাদৰ লগতে গ্ৰেপ্তাৰ হৈছিল আবু তালেপ মোল্লাহ আৰু ৰাকেশ দাস নামৰ আন দুজন ড্ৰাগছ মাফিয়া। ব

ৰ্তমান ধুবুৰী চিকিৎসালয়ত চিকিৎসাধীন ৰাহুল।

Leave a Reply

Your email address will not be published. Required fields are marked *