ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ।
আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বড়ো।
ওদালগুৰিৰ দৈফাঙত আৰক্ষীৰ গুলীত নিহত হয় ডকাইত কেনাৰাম বড়ো৷
আৰক্ষীৰ সম্ভেদ পাই এটা ঘৰৰ পৰা পলায়ন কৰিব চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে।
ডকাইতৰ দলৰ আক্ৰমণত আহত দুজন আৰক্ষী৷
ডকাইতজনৰ পৰা উদ্ধাৰ হৈছে এটা পিষ্টল।
ঘটনাস্থলীত উপস্থিত শীৰ্ষ আৰক্ষী বিষয়া









