অসম

পুনৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী…

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।

লখিমপুৰৰ বান্দৰদেৱাত নিশা ড্ৰাগছ সৰবৰাহকাৰীক এনকাউন্টাৰ।

শুকুৰবাৰে বান্দৰদৱাত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল আৰক্ষীয়ে।

নিশা ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ লৈ যাওঁতে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে গুলীবিদ্ধ হয় ড্ৰাগছ সৰবৰাহকাৰী দুজন।

সম্প্ৰতি লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন।

গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ী দুজন নগাৱঁৰ আজিজুৰ ৰহমান আৰু লখিমপুৰ বিহপুৰীয়াৰ ছহিফুল আলি।

Leave a Reply

Your email address will not be published. Required fields are marked *