অসম

পুনৰ আলফা স্বাধীনলৈ ৫ যুৱক…

পুনৰ আলফামুখী অসমীয়া যুৱক।

দীৰ্ঘদিনে নিষ্ক্ৰিয় হৈ থকা মধ্য অসমত পুনৰ সক্ৰিয় হৈছে আলফা স্বাধীনৰ তৎপৰতা।

মধ্য অসমৰ তিনি যুৱক সহ পুনৰ আলফা স্বাধীনলৈ ৫ যুৱক।

284

বৃহস্পতিবাৰে বিয়লি ম্যানমাৰত উপস্থিত হয় পাঁচ যুৱক।

আলফা স্বাধীনত যোগদান নগাঁও জিলাৰ কামপুৰ দেউৰী গাঁৱৰ যুৱক তন্ময় বৰা, দিগন্ত গোৱালা, আৰু সুভাষ হিৰা।

আনহাতে দৰং জিলাৰ মঙলদৈ ডামনিৰ হীৰকজ্যোতি বৰা, আৰু তিনিচুকীৰ সূৰুজ মৰাণ গ’ল আলফালৈ।

উল্লেখ্য যে, ১১ মাৰ্চৰ নিশাও ম্যানমাৰৰ আলফা শিবিৰলৈ গৈছিল ৬ যুৱক।

লগতে চাওকঃ

বিমান বন্দৰত পৰীক্ষা কৰা হ’ল জ্যষ্ঠ IPS বিষয়াৰ ছ্যুটকেছ, ভিতৰত থকা বস্তু দেখি হতভম্ব সকলো

G3 19

Leave a Reply

Your email address will not be published. Required fields are marked *