পুনৰ অসম-মিজোৰাম সীমান্তত গুলীচালনাৰ ঘটনা…

পুনৰ মিজোৰাম সীমান্তত গুলীচালনাৰ ঘটনা।

সীমান্তত পুনৰ মিজোৱে আগ্ৰাসন চলাবলৈ চেষ্টা কৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

হাইলাকান্দি জিলাৰ ধলছেড়া বিলাইপুৰ অঞ্চলৰ চুনিলাল টিলাত মিজোৱে আগ্ৰাসনৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।

অঞ্চলটোত অসমে পথ নিৰ্মাণ কৰি আছে, সেই নিৰ্মাণ কাৰ্য বন্ধ কিৰবলৈ প্ৰচেষ্টা চলাইছিল মিজোৱে।

ইয়াৰ পাছতে মিজোক ৰুধিবলৈ অসম আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় বুলি জানিব পৰা গৈছে।

Leave a Comment