পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি! পুখুৰীত জাপ দি নিজকে শেষ কৰিলে কমল-সুৰভীয়ে…

পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি।

পুখুৰীত জাপ দি নিজকে শেষ কৰিলে নৱ বিবাহিত দম্পত্তীয়ে।

চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতি গৰিয়াচিগা গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

পাৰিবাৰিক সংঘাতৰ বাবে আত্মহত্যা কৰিলে কমল দাস আৰু সুৰভী দাসে।

image 114
পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি! পুখুৰীত জাপ দি নিজকে শেষ কৰিলে কমল-সুৰভীয়ে... 3

ছমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল দুয়ো।

ঘৰৰ কাষৰ এটা পুখুৰীত জাপ দি আত্মহত্যা কৰে দুয়ো।

image 115
পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি! পুখুৰীত জাপ দি নিজকে শেষ কৰিলে কমল-সুৰভীয়ে... 4

SDRFয়ে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ।

এই ঘটনাক লৈ সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।