পাৰিবাৰিক অশান্তি! দুই কণমানি সন্তানক লগত লৈ ভয়ংকৰ কাণ্ড কৰিলে এগৰাকী মহিলাই…

নিউজ ডেস্ক। পাৰিবাৰিক অশান্তিৰ বাবে ৰাজ্যত পুনৰ সংঘটিত হ’ল এক শােকাৱহ ঘটনা।

ঘৰৰ বাসগৃহৰ চৌহদত থকা পুখুৰীত নিজৰ দুই কণমানি সন্তানক লৈ জাঁপ দিলে মহিলাই।

এই চাঞ্চল্যকৰ ঘটনাৰ স্থান নগাঁও জিলাৰ ৰহাৰ মধ্য টুপাকােচিত।

মৃত মহিলাগৰাকী দিন হাজিৰা কৰা স্থানীয় শ্ৰমিক পণ্ডিত বৰদলৈৰ পত্নী নিৰু বৰদলৈ।

image 151
পাৰিবাৰিক অশান্তি! দুই কণমানি সন্তানক লগত লৈ ভয়ংকৰ কাণ্ড কৰিলে এগৰাকী মহিলাই... 3

নিজৰ ৮ বছৰীয়া পুত্ৰ আৰু এগৰাকী ডেৰ বছৰীয়া কন্যা সন্তানক লৈ পুখুৰীত জাঁপ দি চৰম পথ বাছি লয় নিৰু বৰদলৈ নামৰ মহিলাগৰাকীয়ে।

পাৰিবাৰীক কন্দলৰ বাবে এই আত্মহননৰ ঘটনা ঘটা বুলি সন্দেহ প্ৰকাশ স্থানীয় লােকৰ।

পুখুৰীৰ পৰা উদ্ধাৰ মাতৃসহ দুই সন্তানৰ মৃতদেহ।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।

লগতে চাওকঃ

মহানগৰীত চাঞ্চল্যকৰ ঘটনা! প্ৰেমিকৰ সৈতে ভিডিঅ’ কলৰ মাজতে ভয়ংকৰ কাণ্ড কৰিলে প্ৰেয়সীয়ে…

photo 2022 08 22 12 53 26
পাৰিবাৰিক অশান্তি! দুই কণমানি সন্তানক লগত লৈ ভয়ংকৰ কাণ্ড কৰিলে এগৰাকী মহিলাই... 4