পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখড় হ’ব বিজেপি তথা NDA-ৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী…

এন ডি এয়ে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।

পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখড় হ’ব বিজেপি তথা NDA-ৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।

দিল্লীত অনুষ্ঠিত বিজেপিৰ সংসদীয় ব’ৰ্ডৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত।

বিজেপিৰ সভাপতি জে পি নড্ডাই ৰাজহুৱা কৰিলে এই কথা।

image 162
পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখড় হ'ব বিজেপি তথা NDA-ৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী... 2

উল্লেখ্য যে, ৬ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন।

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলে ভোটদান কৰিব।

উল্লেখ্য যে বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৰ কাৰ্যকাল অহা ১০ আগষ্টত সমাপ্ত হ’ব।