ৰাষ্ট্ৰীয়

পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ নৱজোত সিং সিদ্ধুৰ…

পঞ্জাৱ কংগ্ৰেছত নতুন সংকট।

পঞ্জাৱ কংগ্ৰেছৰ সভাপতিৰ পদ ত্যাগ কৰিলে নৱজোত সিং সিদ্ধুৱে।

ছোনিয়া গান্ধীলৈ এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে নৱজোত সিং সিদ্ধুৱে।

Image

মঙলবাৰে টুইটাৰযোগে এই কথা সদৰি কৰিছে সিদ্ধুৱে।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে।

অহা বছৰ ৰাজ্যখনত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।

Leave a Reply

Your email address will not be published. Required fields are marked *