নিউজ ডেস্ক। বেচৰকাৰী চাকৰিৰ নামৰ চৰকাৰী উদ্যােগত অনুষ্ঠিত নিয়ােগ মেলাক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন জিলাত সৃষ্টি হ’ল চৰম বিশৃংখলতা।
ইয়াকে কেন্দ্ৰ কৰি উত্তাল হৈ পৰিল সামাজিক মাধ্যমাে।
নিয়োগ মেলাৰ নামত সৃষ্টি হােৱা এনে বিশৃংখলতাৰ বিৰুদ্ধে ক্ষােভ উজাৰিলে চাকৰি প্ৰত্যাশীসকলে।
ইপিনে, নিয়োগ মেলা আয়োজন কৰা দুজন বিষয়াক নিলম্বন কৰিছে ৰাজ্য চৰকাৰে।
নিলম্বিত বিষয়া দুজন হৈছে দক্ষতা, নিয়োগ বিভাগৰ যুটীয়া সঞ্চালক টি দোংগলক আৰু সহকাৰী সঞ্চালক লিপিকা দত্ত।
লগতে চাওকঃ
আতৰ ব্যৱসায়ীৰ ঘৰত ITৰ অভিযান, জব্দকৃত নগদ ধন গণিবলৈ সময় লাগিল কমেও ২৪ ঘণ্টা









