অসম

নিমাতীঘাট নাও দুৰ্ঘটনাঃ ৬জন লোকক আটক যোৰহাট আৰক্ষীৰ…

নিমাতীঘাটতৰ নাও দুৰ্ঘটনা কেন্দ্ৰ কৰি ৬ জন লোকক আটক।

যোৰহাট আৰক্ষীয়ে আটক কৰিছে লোক কেইগৰাকীক।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ঘটনাস্থলীত উপস্থিত হৈ যোৰহাট আৰক্ষীয়ে তৰিছিল ফৌজদায়ী গোচৰ।

আটক হোৱা লোক কেইজন হ’ল- ধনবৰ দাস, যোগেন দাস, বিজুকুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা আৰু বাবুল নেওগ।

জানিব পৰা মতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ দিনা এজন নতুন চালকে চলাই গৈছিল নাও খন।

যোৰহাট আৰক্ষীয়ে জেৰা চলাব আটক আটাইকেইজনকে।

Leave a Reply

Your email address will not be published. Required fields are marked *