নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন, ভাগি পৰিল পাৱাৰ হাউছৰ গাৰ্ড ৱাল…

এটাক পিছত আন এটা অঘটন সংঘটিত হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত।

এইবাৰ ভাগি পৰিল পাৱাৰ হাউছৰ গাৰ্ড ৱাল।

টানেলৰ পাছত এইবাৰ ভাঙিল শক্তি গৃহৰ সুৰক্ষা ৱাল।

যিকোনো মুহুৰ্ততে পানীত ডুৱ যাব পাৰে শক্তি গৃহ।

নামনি অঞ্চললৈ আহিছে তীব্ৰ ভাবুকি।

যিকোনো মুহুৰ্ততে সংঘটিত হ’ব পাৰে ভয়ংকৰ ঘটনা।

উল্লেখ্য যে, শনিবাৰে পাহাৰ খহি বন্ধ হৈছিল ইনটেক টানেল।

২ নং গেট ভাঙি মূল বান্ধৰ ওপৰেৰে বাগৰিছিল পানী।