নতুন শিক্ষা নীতিৰে কাইলৈৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা…

নিউজ ডেস্কঃ কাইলৈৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।

প্ৰথমবাৰৰ বাবে নতুন শিক্ষানীতিৰে এইবাৰ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।

এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ৪ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থী।

৯১২টা কেন্দ্ৰত অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।

কটকটীয়া নিৰাপত্তাৰ মাজত এইবাৰ অনুষ্ঠিত হ’ব পৰীক্ষা।

প্ৰতিটো পৰীক্ষা কেন্দ্ৰত বাধ্যতামূলক হ’ব চিচিটিভি কেমেৰা।

পৰীক্ষা কেন্দ্ৰত চিচিটিভি বিকল হৈ থাকিলে গ্ৰহণ কৰা হ’ব আইনী ব্যৱস্থা।