অসম

ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ৰাজ্যৰ এগৰাকী কেবিনেট মন্ত্ৰীৰ ব্যক্তিগত সহায়ক…

ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ৰাজ্যৰ এগৰাকী কেবিনেট মন্ত্ৰীৰ ব্যক্তিগত সহায়ক।

অসম মন্ত্ৰীসভাৰ এগৰাকী অন্যতম মন্ত্ৰীৰ ব্যক্তিগত সহায়ক লক্ষী গগৈক গ্ৰেপ্তাৰ।

দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লক্ষী গগৈ নামৰ লোকগৰাকীক।

এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে লক্ষী গগৈক।

গুৱাহাটীৰ জাপৰিগোগৰ পৰা লক্ষী গগৈক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

কেছ নম্বৰ 3821/21 under section 376 ,417 ধাৰাত গ্ৰেপ্তাৰ লক্ষী গগৈক।

পূৰ্বৰ প্ৰেমিকাক বিয়া পতাৰ প্ৰলোভনেৰে ধৰ্ষণ কৰাৰ অভিযোগ লক্ষী গগৈৰ বিৰুদ্ধে।

Leave a Reply

Your email address will not be published. Required fields are marked *