অসম

দুৰ্নীতি গোচৰত গ্ৰেপ্তাৰ নিলম্বিত DIG ৰৌনক আলী হাজৰিকা…

দুৰ্নীতি গোচৰত গ্ৰেপ্তাৰ IPS বিষয়া ৰৌনক আলী হাজৰিকা।

আয়তকৈ অধিক সম্পত্তিৰ অভিযোগ IPS বিষয়াগৰাকীৰ বিৰুদ্ধে।

হেঙেৰাবাৰী বাসগৃহৰ পৰা নিলম্বিত DIGক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে।

SP ৰজী কলিতাৰ নেতৃত্বত এটা বৃহৎ দল উপস্থিত হৈছিল বিষয়াজনৰ ঘৰত।

Leave a Reply

Your email address will not be published. Required fields are marked *