দিছপুৰ আৰক্ষী থানাত হাজিৰ হ’ব নোৱাৰে ৰাজকন্যা বৰুৱা।
অসুস্থতাৰ অজুহাত দেখুৱাই বিচাৰিছে দুসপ্তাহৰ সময়।
থানাত উপস্থিত হোৱাৰ সলনি আই চি ইউত ভৰ্তি।
দিছপুৰ আৰক্ষী থানাত আজি হাজিৰ হোৱা সম্ভাৱনা নাই মডেল ৰাজকন্যা বৰুৱাৰ।
দিছপুৰ আৰক্ষীৰ জাননীৰ বিপৰীতে ৰাজকন্যাৰ মাতৃয়ে বিচাৰিছে দুসপ্তাহৰ সময়।
অধিক অসুস্থতাৰ অজুহাত দেখুৱাই জি এন আৰ চিৰ আই চি ইউত ভৰ্তি হৈছে ৰাজকন্যা।
সন্দেহ কৰা হৈছে স্বাস্থ্যৰ অচিলা লৈ আত্মগোপন কৰাৰ চেষ্টা কৰিছে ৰাজকন্যাই।









