অসম

দুৰ্নীতিগ্ৰস্থ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক ৩ দিনৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ প্ৰেৰণ…

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক ৩ দিনৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ প্ৰেৰণ।

দেওবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হৈছিল চক্র বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক।

তিনিদিনৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ বৰেণ্য ৰঞ্জন বৰঠাকুৰক।

চাৰিদিনৰ বাবে জিম্মাত বিচাৰিছিল দুৰ্নীতি নিবাৰক শাখাই।

শনিবাৰে মহানগৰীৰ নিজ বাসগৃহৰ পৰা গ্রেপ্তাৰ কৰিছিল চক্র বিষয়াজনক।

পূৰ্বে উৎকোচ লৈ হাতে লোটে গ্রেপ্তাৰ হোৱা লাট মণ্ডল গুলজাৰ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্রেপ্তাৰ কৰা হৈছিল চক্ৰ বিষয়াগৰাকীক।।

Leave a Reply

Your email address will not be published. Required fields are marked *