অসম

দুৰ্ঘটনাত পতিত আই পি এছ আনন্দ মিশ্ৰ, চিকিৎসাধীন

দুৰ্ঘটনাত পতিত আই পি এছ আনন্দ মিশ্ৰ।

নগাঁও জিলাৰ কলিয়াবৰত এক পথ দুৰ্ঘটনাত পতিত হয় আই পি এছ বিষয়াগৰাকী।

দুৰ্ঘটনাটোৰ ফলত আনন্দ মিশ্ৰ কিছু পৰিমানে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

p1 2

ৰান অৱ প্ৰাইড (Run Of Pride) ৰেলীৰ জৰিয়তে কাজিৰঙা দিশৰ পৰা কলিয়াবৰৰ দিশে আহি থকা অৱস্থাতে জখলাবন্ধাৰ বাঘজনাত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়।

image 2022 05 03 12 14 55

জানিব পৰা মতে, বাইক চলাই আহি থকাৰ সময়তে আনন্দ মিশ্ৰৰ বাইকখনে এটা গৰুক খুন্দিয়াই পথত বাগৰি পৰে।

ইয়াৰ পিছতে আই পি এছ বিষয়াগৰাকীক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, প্ৰাথমিক চিকিৎসাৰ অন্তত আৰক্ষী বিষয়াগৰাকী সম্পূৰ্ণ সুস্থ হৈ উঠিছে।

লগতে চাওকঃ

ছুটী লৈ ঘৰলৈ যোৱাৰ আগনিশা পাৰ কৰিব বিচাৰিছিল সতীৰ্থৰ সৈতে, কিন্তু চাদৰ পৰা বাগৰি মৃত্যু BSF জোৱানৰ

G3 6

Leave a Reply

Your email address will not be published. Required fields are marked *