দুবাৰ ‘এ প্লাছ’ গ্ৰেড পোৱা বিদ্যালয়ে পাব ৫০ হাজাৰকৈ টকাঃ মুখ্যমন্ত্ৰী..

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা৷

দুবাৰ ‘এ প্লাছ’ গ্ৰেড পোৱা বিদ্যালয়ে পাব ৫০ হাজাৰকৈ টকা৷

এইবাৰ গ্ৰেড পোৱা বিদ্যালয়ে অহা বছৰো গ্ৰেড পালে পাব এই ধন৷

লগতে দ্বিতীয়বাৰ ‘এ প্লাছ’ পোৱা বিদ্যালয়ে পাব এজনকৈ অতিৰিক্ত শিক্ষক৷

এনে বিদ্যালয়ৰ সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰিও নিয়মীয়া হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শর্মাই।