দিল্লীত ৰাহুল-ছোনীয়াক সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ…

নতুন দিল্লীত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীক সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ।

আগন্তুক উপ নিৰ্বাচন সন্দৰ্ভত ৰাহুল-ছোনীয়াক প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই সাক্ষাৎ কৰে বুলি জানিব পৰা গৈছে।

দলটোত আছে- জিতেন্দ্ৰ সিং, ভূপেন বৰা, ৰিপুন বৰা, দেৱব্রত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, ৰাণী নৰহ, সুস্মিতা দেৱ, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক, ৰানা গোস্বামী, কমলাক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুছেইন চিকদাৰ।

উপ-নিৰ্বাচন, দলীয় অনুশাসন আৰু আগন্তুক দিনত দলক আগুৱাই নিয়াৰ নীতি সন্দৰ্ভত আলোচনা লিপ্ত হয় কংগ্ৰেছ নেতাসকল৷

জানিব পৰা মত, ৫গৰাকী নেতাক ৫টা সমষ্টিৰ দায়িত্ব দিয়া হৈছে।

Leave a Comment