দলীয় অনুশাসন ভংগৰ অপৰাধত দলৰ পৰা বহিষ্কৃত হ’ল এগৰাকী পৌৰপতি।
তিনিচুকীয়াৰ পৌৰপতি জয়ন্ত বৰুৱাক বিজেপিৰ পৰা বহিষ্কাৰ।
ভৱেশ কলিতাৰ নিৰ্দেশৰ পাছতে বৰুৱাক বহিষ্কাৰৰ বাৰ্তা জনালে ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাই।
দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰা হৈছে জয়ন্ত বৰুৱাক।









