ৰাষ্ট্ৰীয়

তাৰকা ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ ডাঙৰ ঘোষণা, ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা ল’লে অৱসৰ…

তাৰকা ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ ডাঙৰ ঘোষণা।

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা ক্ৰিকেটাৰগৰাকীৰ।

image 41

মঙলবাৰহে ৰাইনাই খেলৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে।

টুইটাৰযোগে এই কথা সদৰি কৰিছে তাৰকা ক্ৰিকেটাৰ ৰাইনাই।

টুইটাৰত তেওঁ লিখিছে, মোৰ দেশ আৰু ৰাজ্য উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰাটো এক পৰম সন্মানৰ বিষয়। মই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিব বিচাৰো।