তদন্তত গাফিলতি! আৰক্ষী বিষয়া সঞ্জীৱ দাসক শাস্তিমূলক বদলি…

তদন্তত গাফিলতিৰ অভিযোগত আৰক্ষী বিষয়া সঞ্জীৱ দাসক শাস্তিমূলক বদলি।

বিলাসীপাৰা থানাৰ OC সঞ্জীৱ দাসক বদলি।

গেং অৱ ডেফিলচৰ তদন্তত গাফিলতিৰ অভিযোগত অ’চি সঞ্জীৱ দাসক শাস্তিমূলক বদলি।

উল্লেখ্য যে, এগৰাকী মহিলাক খুন্দিয়াই হত্যা কৰিছিল উদণ্ড বাইকাৰ্ছে। ঘটনাৰ ১০ মিনিটতে থানাৰ পৰা মুকলি হৈছিল উদণ্ড বাইকাৰ্ছ।

ইয়াৰ পিছতে বিলাসীপাৰা আৰক্ষীৰ বিৰুদ্ধে উঠিছিল সন্দেহৰ আঙুলি।

‘গেং অব ডেভিলছ’ৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে হৈছিল বিতৰ্ক।

OC সঞ্জীৱ দাসৰ কাণ্ডক লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষী অধিক্ষকে বিলাসীপাৰা থানাৰ আৰক্ষী বিষয়া সঞ্জীৱ দাসক বদলিৰ নিৰ্দেশ প্ৰদান কৰে।