অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে অধ্যাপক জীতেন হাজৰিকাক দায়িত্ব অৰ্পণ…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে অধ্যাপক জীতেন হাজৰিকাক দায়িত্ব অৰ্পণ।

অহা ৩১ জানুৱাৰীত দায়িত্ব গ্ৰহণ কৰিব বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ দায়িত্বত থকা জীতেন হাজৰিকাই।

হাজৰিকাৰ হাতত দায়িত্ব অৰ্পণ কৰিবলৈ নিৰ্দেশ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ।

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক হিচাপে দায়িত্ব পালন কৰি আছিল ড০ হাজৰিকাই।

image 1

ৰাজ্যপাল প্ৰফছৰ জগদীশ মুখীয়ে এক পত্ৰৰ জৰিয়তে ড০ হজাৰিকাৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰিছে।

উল্লেখ্য যে আগন্তুক ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য ড০ লীলাকান্ত নাথে।

Leave a Reply

Your email address will not be published. Required fields are marked *