ৰাষ্ট্ৰীয়অসমীয়া

টাটা চান্চৰ প্ৰাক্তন মুৰব্বী চাইৰাচ মিস্ত্ৰিৰ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক। টাটা চান্চৰ প্ৰাক্তন মুৰব্বী চাইৰাচ মিস্ত্ৰিৰ দেহাৱসান।

দেওবাৰে মহাৰাষ্ট্ৰৰ পালঘৰত এক দুৰ্ঘটনাত মৃত্যু ঘটে মিস্ত্ৰিৰ।

G2 2

জানিব পৰা মতে, গুজৰাটৰ আহমেদাবাদৰ পৰা মুম্বাইলৈ স্থলপথেৰে যাত্ৰা কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় তেওঁৰ বাহনখন।

image 27

এই দুৰ্ঘটনাতে তেওঁৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ৰতন টাটাই ২੦১২ চনত অৱসৰ লােৱাৰ পিছতে চাইৰাচ মিস্ত্ৰিয়ে টাটা চান্চৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছিল।