অসম

জৰ্জ বৰদলৈৰ আত্মহত্যা, অৱশেষত গ্ৰেপ্তাৰ হ’ল ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ফাদাৰ…

ব্যৱসায়ী জৰ্জ বৰদলৈৰ আত্মহত্যা সম্পৰ্কীয় গোচৰত অৱশেষত গ্ৰেপ্তাৰ হ’ল ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উপচাৰ্য ফাডাৰ ষ্টিফেন মেভলীক।

জৰ্জ বৰদলৈয়ে আত্মহত্যা কৰাৰ পূৰ্বে লিখি যোৱা চুইচাইড নোটত ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উপচাৰ্য ফাডাৰ ষ্টিফেন মেভলীৰ নাম উল্লেখ কৰিছিল।

image 72

য’ত তেওঁ ষ্টিফেন মেভলী মানসিক ভাৱে নিৰ্যাতন চলোৱাৰ কথা উল্লেখ কৰিছিল।

ইয়াৰ পিছতে সোমবাৰে নিশাই আটক কৰা হৈছিল ষ্টিফেন মেভলীক।

জৰ্জ বৰদলৈৰ পুত্ৰৰ এজাহাৰৰ ভিত্তিতে সোনাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ষ্টিফেন মেভলীক।

image 73

উল্লেখ্য যে, চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল জৰ্জ বৰদলৈৰ মৃতদেহ।

সোণাপুৰৰ বিশিষ্ট ব্যৱসায়ী আছিল জৰ্জ বৰদলৈ।

ভুৱা গোচৰ তৰি হাৰাশাস্তি কৰাৰ অভিযোগো উত্থাপন কৰিছিল ষ্টিফেন মেভলীৰ বিৰুদ্ধে।

image 74

লগতে তেওঁ চুইচাইড নোটত উল্লেখ কৰিছিল যে, মোক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *