অসম

জুবিন গাৰ্গলৈ ২০২১ বৰ্ষৰ চ্যুকাফা বঁটা…

হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ ২০২১ বৰ্ষৰ চ্যুকাফা বঁটা।

জুবিন গাৰ্গলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগবঢ়াইছে ২০২১ বৰ্ষৰ চ্যুকাফা বঁটা।

সোণাৰিৰ চ্যুকাফা দিৱসৰ অনুষ্ঠানত এই কথা ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে জানিবলৈ দিয়ে এই বিষয়ে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰিব।

জুবিন গাৰ্গ হ’ব প্ৰথমগৰাকী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰা চ্যুকাফা বঁটা প্ৰাপক।

গুৱাহাটীতে প্ৰদান কৰিব এই বঁটা।

Leave a Reply

Your email address will not be published. Required fields are marked *