জম্মু-কাশ্মীৰত সেনা সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ৩ সন্ত্ৰাসবাদী…

জম্মু-কাশ্মীৰত সেনা সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।

জম্মু-কাশ্মীৰৰ অৱন্তীপাৰাত সংঘটিত হৈছে এই সংঘৰ্ষৰ ঘটনা।

এই সংঘৰ্ষত নিহত হৈছে ৩জনকৈ সন্ত্ৰাসবাদী।

নিহত সন্ত্ৰাসবাদী কেইটা জে ই এমৰ সদস্য বুলি জানিব পৰা গৈছে।

বৰ্তমানেও সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ সন্দেহত উক্ত অঞ্চলত চলি আছে সেনাৰ অভিযান।

Leave a Comment