গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল…

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে অসমত উপস্থিত সৰ্বানন্দ সোণোৱাল।

৩ দিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

May be an image of 2 people and people standing

বিমান বন্দৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ফুলৰ থোপাৰে আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজিৰে পৰা আৰম্ভ হ’ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৩ দিনীয়া জন আশীৰ্বাদ যাত্ৰা।

কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি দলে দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত কৰিছে এই জন আশীৰ্বাদ যাত্ৰা। তাৰেই অংশ হিচাপে আজি অসমত উপস্থিত সৰ্বানন্দ সোণোৱাল।

২১ আগষ্ট শণিবাৰৰ পৰা আৰম্ভ হব লগা এই যাত্ৰাৰ সামৰণি পৰিব অহা ২৩ আগষ্ট তাৰিখে।

59a9032a 39a9 4a77 97ed 5e3089b657bb

এই সময়চোৱাত সৰ্বনন্দ সোণোৱালে গুৱাহাটীকে ধৰি, মৰিগাঁও, কলিয়াবৰ, নগাঁও, যোৰহাট আৰু শিৱসাগৰৰ মুঠ ১৮ টা স্থানত অনুষ্ঠানত অংশ লব।

Leave a Comment