জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অভিনেতা কিশোৰ দাস…

কৰ্কট ৰোগৰ সৈতে যুঁজি হাস্পতালত চিকিৎসাধীন হ’বলগীয়া হৈছে জনপ্ৰিয় অভিনেতা কিশোৰ দাস।

অসমীয়া মিউজিক ভিডিঅ’ৰ লগতে কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা সুদৰ্শন অভিনেতাগৰাকীৰ অসুস্থতাই ব্যথিত কৰিছে তেওঁৰ অলেখ অনুৰাগীক।

G1 29
জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অভিনেতা কিশোৰ দাস… 6

বৰ্তমান মহানগৰীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন হৈ থকা কিশোৰ দাসক প্ৰথমে বহিঃৰাজ্যত চিকিৎসা কৰোৱা হৈছিল যদিও আৰ্থিক অভাৱৰ বাবে পুনৰ গুৱাহাটীলৈ উভতাই আনিবলগা হয়।

1 2 4
জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অভিনেতা কিশোৰ দাস… 7

শেহতীয়াকৈ কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু অভিনেতা জয়ন্ত কাকতিয়ে কিশোৰক চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ বিষয়ে চিন্তাচৰ্চা কৰি থকা বুলি জানিব পৰা গৈছে।

3 3
জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অভিনেতা কিশোৰ দাস… 8

আনহাতে, ফিল্ম ফেটাৰনিটী অৱ আচামেও অভিনেতাগৰাকীৰ চিকিৎসাৰ বাবে ৰাইজৰ পৰা সহায় বিচাৰিছে।

2 2 2
জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অভিনেতা কিশোৰ দাস… 9

অসমীয়া অভিনয় জগতৰ প্ৰতিভাৱান অভিনেতাগৰাকী সুস্থ হৈ উঠক সোনকালে, সেয়াই কামনা কৰিছে সকলোৱে।

লগতে চাওকঃ

মধুচন্দ্ৰিকা যাপন কৰিবলৈ আহি কৰুণ মৃত্যুক সাৱটিলে বিশাল আৰু নেহাই!

G3 22
জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অভিনেতা কিশোৰ দাস… 10

Leave a Comment