অসম

ছোনিয়া গান্ধীৰ পাছত এইবাৰ প্ৰিয়ংকা গান্ধী ক’ভিড প’জিটিভ…

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ।

ছোনিয়া গান্ধীৰ পাছত এইবাৰ প্ৰিয়ংকা গান্ধী ক’ভিড প’জিটিভ।

শুকুৰবাৰে ক’ভিড প’জিটিভ হৈছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী।

শুকুৰবাৰে টুইট যোগে প্ৰিয়ংকা গান্ধীয়ে ক’ভিড প’জিটিভ হোৱাৰ কথা উল্লেখ কৰে।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী ক’ভিড সংক্ৰমিত হৈছিল।

অৱশ্যে প্ৰিয়ংকা গান্ধীৰ শৰীৰত অতি সামান্য লক্ষণহে দেখা দিছে।

প্ৰিয়ংকাই ক’ভিড প্ৰট’কল মানি নিজকে কোৱাৰেণ্টাইনত ৰাখিছে বুলি সদৰি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *