চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোঁৱাৰ গুড়ি খুৱাবলৈ গৈ মহিলাৰ ৰোষত পংকজ পাঠক! দাখিল এজাহাৰ

নিউজ ডেস্কঃ নিজৰ মন্তব্যৰে প্ৰায়ে বিতৰ্কৰ সৃষ্টি কৰা পংকজ পাঠক এইবাৰ বিপদত পৰিছে নাৰী জাতিক লৈ অপমানজনক মন্তব্য কৰি।

নিজৰ ব্যৱসায়ৰ প্ৰচাৰ চলাবলৈ গৈ চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দিয়া পংকজ পাঠকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন মহিলা সংগঠন।

image 189
চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোঁৱাৰ গুড়ি খুৱাবলৈ গৈ মহিলাৰ ৰোষত পংকজ পাঠক! দাখিল এজাহাৰ 6

ইতিমধ্যে স্বয়ম্ভূ আয়ুৰ্বেদ চিকিৎসকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ মহিলা সমিতিয়ে।

দেওবাৰে বশিষ্ঠ থানাত টিএমচিৰ মহিলা সমিতিয়ে পংকজ পাঠকৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।

photo1658124827
চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোঁৱাৰ গুড়ি খুৱাবলৈ গৈ মহিলাৰ ৰোষত পংকজ পাঠক! দাখিল এজাহাৰ 7

মহিলাসকলক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা পংকজ পাঠকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই মহিলা সকলে কয় যে যদি চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱাত স্বামীয়ে বাধা নিদিয়ে, তেন্তে বাধা দিবলৈ পংকজ পাঠক কোন?

image 177
চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোঁৱাৰ গুড়ি খুৱাবলৈ গৈ মহিলাৰ ৰোষত পংকজ পাঠক! দাখিল এজাহাৰ 8

পংকজ পাঠকৰ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামাজিক মাধ্যমতো। আচাৰ্যগিৰি কৰি পৰৱৰ্তী সময়ত অসম গণ পৰিষদত যোগদান কৰা পংকজৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে নেট ব্যৱহাৰকাৰীয়ে।

সৰু সৰু কাৰণতেই মানুহক দোষী সজাই কাৰাগাৰলৈ প্ৰেৰণ কৰা অসম আৰক্ষীয়ে নাৰী বিদ্বেষী মন্তব্য কৰা পংকজ পাঠকৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ প্ৰশ্ন তুলিছে সকলোৱে।

লগতে চাওকঃ

দুঃসাহসিক! চাইকেলসহ নৈত পৰিল এজন লােক, নৈত জাঁপ দি জীৱন ৰক্ষা কৰিলে এগৰাকী মহিলাই…

G3 1
চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোঁৱাৰ গুড়ি খুৱাবলৈ গৈ মহিলাৰ ৰোষত পংকজ পাঠক! দাখিল এজাহাৰ 9

পথৰ ওপৰত গড়কাপ্তানী বিভাগে পেলাই থোৱা মাটিৰ দমত খুন্দা মাৰি মৃত্যুক সাৱটিলে নীলােৎপলে…

G1 4
চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোঁৱাৰ গুড়ি খুৱাবলৈ গৈ মহিলাৰ ৰোষত পংকজ পাঠক! দাখিল এজাহাৰ 10

1 thought on “চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোঁৱাৰ গুড়ি খুৱাবলৈ গৈ মহিলাৰ ৰোষত পংকজ পাঠক! দাখিল এজাহাৰ”

Comments are closed.