অসম

চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল জুবিন, মানিব লাগিব এইসমূহ নিয়ম…

চিকিৎসালয়ৰ পৰা ৰিলিজ পালে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।

বৃহস্পতিবাৰে নিশা হঠাতে অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল জুবিনক।

উচ্চৰক্তচাপ জনিত সমস্যাত আক্রান্ত জুবিনক আয়ুৰচুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

অৱশেষত আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল জুবিন গাৰ্গে।

অৱশ্যে জুবিন গাৰ্গে সলনি কৰিব লাগিব নিজৰ জীৱন ধাৰা।

১৫ দিন বিশ্ৰামত থাকিব লাগিব জুবিন গাৰ্গে।

লগতে খোৱা-বোৱৰ ক্ষেত্ৰত প্ৰপাৰ ডায়েত মানিব লাগিব জুবিনে।

নিয়মিত টোপনি সঠিকভাৱে মাৰিব লাগিব জুবিন।

Leave a Reply

Your email address will not be published. Required fields are marked *