অসম

চাঞ্চল্যকৰ! মহানগৰীৰ দুৰ্বৃত্তই ভাঙি লণ্ড-ভণ্ড কৰিলে শিৱ মন্দিৰ আৰু গণেশৰ মন্দিৰ…

মহানগৰীৰ ভেটাপাৰাত চাঞ্চল্যকৰ ঘটনা।

দুৰ্বৃত্তই ভাঙি লণ্ড ভণ্ড কৰিলে গণেশ মন্দিৰৰ লগতে শিৱ মন্দিৰ।

image 81

ভেটাপাৰা ৰাজহুৱা শিৱ মন্দিৰৰ শিৱলিংগ ভাঙিলে দুৰ্বৃত্তই। শিৱ মন্দিৰটোত থকা শিৱৰ মূৰ্তিও ভাঙি দিয়ে দুৰ্বৃত্তই।

ভেটাপাৰাৰ আন এটা মন্দিৰতো দুৰ্বৃত্তই চলালে তাণ্ডৱ।

image 76

ভেটাপাৰাৰস্থিত এটা গণেশ মন্দিৰৰ ক্ষতিসাধন কৰাৰ লগতে গণেশৰ মূৰ্তি মন্দিৰৰ বাহিৰত পেলাই থৈ যায় দুৰ্বৃত্তই।

বুধবাৰে পুৱা পোহৰলৈ আহে এই সমগ্ৰ ঘটনা।

image 77

এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

লগতে চাওকঃ

মৰ্মান্তিক! বিবাহ বাৰ্ষিকীৰ দিনাই শ্ৰেণীকােঠাত ঢলি পৰি শিক্ষকৰ কৰুণ মৃত্যু

G3 11

Leave a Reply

Your email address will not be published. Required fields are marked *