অসমঅসমীয়া

চাইবাৰ অপৰাধীৰ লক্ষ্য বিধায়ক, বেংক একাউণ্টাৰ পৰা লুটি লৈ গ’ল ৯০ হাজাৰ টকা

নিউজ ডেস্ক। এইবাৰ চাইবাৰ অপৰাধীৰ জালত পৰিল এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলাম।

জনিয়া সমষ্টিৰ বিধায়কজনৰ বেংক একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে লুটি লৈ গ’ল ৯০ হাজাৰ টকা।

p7 1

জানিব পৰা মতে, কলকতাৰ এটা এছবিআই শাখাৰ পৰা চাইবাৰ অপৰাধীয়ে লুটি লৈ যায় বিধায়কজনৰ বেংক একাউণ্টৰ ৯০ হাজাৰ টকা।

9 2

ঘটনা সন্দৰ্ভত ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিধায়ক ৰফিকুল ইছলামে।

ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *