চলন্ত অৱস্থাতে জ্বলি উঠিল মেজিক গাড়ী, লাগিল হাহাকাৰ

নিউজ ডেস্ক। চলন্ত অৱস্থাতে হঠাতে দাওদাওকৈ জ্বলি উঠিল এখন মেজিক ট্ৰাক।

চলন্ত গাড়ীত সংঘটিত এই ঘটনা প্ৰত্যক্ষ কৰাসকলৰ মাজত লাগিল হুৱা-দুৱা।

vlcsnap-2022-01-27-10h28m03s345

অৱশ্যে, চালকৰ সাহসিকতাৰ বাবে এক সম্ভাব্য দুৰ্ঘটনাৰ পৰা ৰক্ষা এটা অঞ্চল।

এই ঘটনা কাছাৰৰ সৈদপুৰত।

vlcsnap-2022-01-27-10h29m13s201

জানিব পৰা মতে, এই মেজিক ট্ৰাকখনে কঢ়িয়াই নিছিল খেৰ।

তেনে সময়তে হঠাত্‍ জ্বলি উঠিল খেৰখিনি।

vlcsnap-2022-01-27-10h28m10s664

এই কথা গম পাই মতিন আহমেদ নামৰ চালকজনে তৎপৰতাৰে পথৰ পৰা নমাই কাষৰে এটা পুখুৰীত পেলাই দিয়ে গাড়ীখন। যাৰ ফলত নিৰ্বাপিত হয় জুই।

লগতে চাওকঃ

বিপদত পৰিল খান ছাৰ! হিংসাত্মক ঘটনাত উচটনি দিয়াৰ অভিযােগত গােচৰ ৰুজু

S3

Leave a Comment