BPFৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক গ্ৰেপ্তাৰ।
ঘৰত অবৈধ অস্ত্ৰ মজুত ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ বসুমতাৰীক।
প্ৰাক্তন বিধায়কজনৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে AK47, M16 ৰাইফল।
সম্প্ৰতি কোকৰাঝাৰ সদৰ থানাত জেৰা অব্যাহত ৰখা হৈছে প্ৰাক্তন BPFৰ বিধায়কগৰাকীক।
চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী।









