ঘোষণা হ’ল CBSE-ৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল…

ঘোষণা হ’ল CBSE-ৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল।

শিক্ষাৰ্থীসকলে অনলাই যোগে চাব পাৰিব ফলাফল।

ইয়াৰ বাবে মুকলি কৰা হৈছে কেইবাটাও ৱেবচাইট।

results.cbse.nic.in ৱেব চাইটৰ জৰিয়তে শিক্ষাৰ্থীসকলে চাব পাৰিব ৰিজাল্ট।

আন এটা ৱেবচাইট cbse.gov.inৰ জৰিয়তেও চাব পাৰিব ফলাফল।

এইবাৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯২.৭১ শতাংশ।